হাত-তালি দেহাত-দীঘল

হাত-তালি মাৰ্ (Assamese) [ Roman: hat ta.li mar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-21
1. (Verb-Intran.) to strike the palms of (one's hands) against one another resoundingly, and usually repeatedly, esp. to express approval হাতৰ তলুৱা দুখন পৰস্পৰে খুন্দিয়া-খুন্দি কৰি বাৰে-বাৰে শব্দ কৰা, বিশেষকৈ সন্মতি প্ৰকাশ কৰিবলৈ